কণ্ঠলিপি Kanthalipiঅসমীয়া আৰু English কণ্ঠ-লিখন ষ্টুডিঅ’
অনলাইন সাজু
শব্দ ০আখৰ ০অনুচ্ছেদ ০স্বয়ংক্ৰিয়ভাৱে সংৰক্ষিত হয়

ছেটিংছ

অফলাইন ইঞ্জিন

এই ডিভাইচতে চলা অসমীয়া–ইংৰাজী চিনাক্তকৰণ। বিনামূলীয়া, চাবি নালাগে, কণ্ঠ ডিভাইচৰ বাহিৰলৈ নাযায়। এবাৰ ডাউনল’ড কৰিলে ইণ্টাৰনেট নোহোৱাকৈও চলে।

অফলাইন ইঞ্জিন
AI4Bharat ইঞ্জিন
–

মডেল: IndicConformer (AI4Bharat), ONNX ৰূপান্তৰ AAII, CC-BY-4.0। Hugging Face-ৰ পৰা এবাৰ ডাউনল’ড হৈ এই ব্ৰাউজাৰত থাকে।

–

মডেল: Shruti (Udgam Labs, Apache-2.0), ONNX Runtime Web (Microsoft, MIT)-ত চলে।

নথিসমূহ

সহায়

কণ্ঠেৰে লিখক

  • অফলাইন: এই ডিভাইচতে চলে; বিনামূলীয়া, ইণ্টাৰনেট নালাগে। অসমীয়া, ইংৰাজী আৰু মিহলি কথা। ছেটিংছত দ্বিতীয় ইঞ্জিন (AI4Bharat) আৰু “দুয়োটা ইঞ্জিন” বাছিব পাৰি।
  • লাইভ: ব্ৰাউজাৰৰ নিজা চিনাক্তকৰণ; ইংৰাজীৰ বাবে ভাল; ইণ্টাৰনেট লাগে।
  • অনলাইন AI: Gemini, ElevenLabs, Sarvam বা Groq; অসমীয়াৰ বাবে আটাইতকৈ শুদ্ধ। ছেটিংছ ▸ অনলাইন AI-ত নিজৰ চাবি দিয়ক (Gemini আৰু Groq বিনামূলীয়া)।
  • মোৰ কণ্ঠ পৰীক্ষা: কেইটামান বাক্য পঢ়ক; কোনটো ইঞ্জিনে আপোনাৰ কণ্ঠ ভালকৈ বুজে আৰু মাইক কিমান সংবেদনশীল হ’ব লাগে, ষ্টুডিঅ’ই নিজে ঠিক কৰে।

ফনেটিক কী-ব’ৰ্ড

  • লাচিত ফনেটিক: লাচিত কী-ব’ৰ্ডৰ একে নক্সা। k = ক, K = খ, a = া, A = আ, i = ি, Option+i = ী।
  • লাচিত InscriptPlus: InScript ধৰণৰ নক্সা (Ramdhenu-ৰ দৰে নিৰ্দিষ্ট কী)। দুয়োটাতে দুবাৰ Space = দাঁড়ি।
  • নিজৰ কী-ব’ৰ্ড (যেনে Puberun): কী-ব’ৰ্ড “বন্ধ” ৰাখি সদায়ৰ দৰে লিখক; বানান, অভিধান, কণ্ঠ সকলো চলিব।
  • ৰোমান লিপ্যন্তৰ: moi axomiya লিখক, মই অসমীয়া পাব। Space-এ প্ৰথম পৰামৰ্শ বহায়, Tab-এ আনটো বাছে, Esc-এ ৰোমানতে ৰাখে। আপুনি বাছি লোৱা শব্দ পিছলৈ প্ৰথমে আহে।
  • Alt+K কী-ব’ৰ্ড অন/অফ।

বানান আৰু অভিধান

  • বানান: লাচিত বানান পৰীক্ষকৰ ১,৫০০-ৰো অধিক নিয়ম; ইণ্টাৰনেট নালাগে। ভুল শব্দত ক্লিক কৰিলে শুদ্ধ ৰূপ দেখুৱায়।
  • অভিধান: শব্দত দুবাৰ ক্লিক কৰক। লাচিত অভিধান, শব্দ ডট অৰ্গ আৰু English অভিধান। ইণ্টাৰনেট লাগে। “মোৰ শব্দ”ত ৰখা শব্দ অফলাইনতো থাকে।

এপ হিচাপে ৰাখক

  1. ব্ৰাউজাৰত apps.aank.org/kanthalipi খোলক।
  2. Safari (Mac): File → Add to Dock। iPhone/iPad: Share → Add to Home Screen।
  3. Chrome, Edge, Brave: ঠিকনা-বাৰৰ ইনষ্টল চিহ্ন বা ওপৰৰ “এপ হিচাপে ৰাখক”।

AI-ৰ সৈতে

  • AI মেনু: ওপৰত Claude, ChatGPT, Gemini, Copilot, Perplexity আদিৰ এটা বাছক; লেখাটো (বা বাছনি কৰা অংশ) নিৰ্দেশসহ আপোনাৰ একাউণ্টত খোলে। চাবি নালাগে।
  • শুদ্ধ কৰক: অনলাইন হ’লে ছেটিংছ ▸ অনলাইন AI-ত চাবি থকা সেৱাই (Gemini, Groq, Mistral, Claude আদি) শুধৰায়; অফলাইনত নিয়ম অনুসৰি পৰিপাটি কৰে।
  • সহজ নিৰ্দেশিকা: এক পৃষ্ঠাৰ নিৰ্দেশিকা খোলক (প্ৰিণ্ট বা PDF কৰিব পাৰি)। ইংৰাজীত: Simple guide in English।
  • মতামত: প্ৰশ্ন, সমস্যা বা নতুন ধাৰণা থাকিলে mrinal.goswami2026@gmail.comলৈ লিখক।

চৰ্টকাট

  • F2 আৰম্ভ / ৰখাওক (কী-ব’ৰ্ড বন্ধ থাকিলে Alt+Rও)
  • Alt+L ভাষা সলনি · Alt+K কী-ব’ৰ্ড
  • Alt+D বাছনি কৰা শব্দৰ অৰ্থ
  • Cmd/Ctrl+S TXT · Cmd/Ctrl+Z আনডু · Esc ৰখাওক

Mac-ত Alt মানে Option কি। লাচিত ফনেটিক অন থাকিলে Option+R-এ ঋ লিখে, সেয়ে তেতিয়া F2 ব্যৱহাৰ কৰক।

কণ্ঠ-নিৰ্দেশ

    কণ্ঠলিপি ষ্টুডিঅ’লৈ স্বাগতম · Welcome

    কওকৰঙা মাইক বুটাম (বা F2) টিপি কথা কওক। প্ৰতিটো বিৰতিত লেখা বহে। প্ৰথমবাৰ অফলাইন ইঞ্জিন (৫৩ MB) এবাৰ ডাউনল’ড হয়।
    লিখককী-ব’ৰ্ড বুটামত “লাচিত ফনেটিক” বা “ৰোমান লিপ্যন্তৰ” বাছক। moi axomiya লিখিলে মই অসমীয়া হয়।
    শুধৰাওকভুল বানানৰ তলত ঢৌৱা ৰেখা আহে; ক্লিক কৰিলে শুদ্ধ ৰূপ পাব। শব্দত দুবাৰ ক্লিক কৰিলে অভিধানত অৰ্থ ওলায়। শেষত AI মেনুৱে Claude, ChatGPT বা Gemini-ত বিদ্যায়তনিক ৰূপ দিয়ায়।

    ওপৰৰ “সহজ” দৰ্শনত কেৱল পৃষ্ঠা আৰু তলৰ পাঁচটা বুটাম থাকে; “সম্পূৰ্ণ” দৰ্শনত ৰেকৰ্ডাৰ আৰু সহায়ক পেনেল।

    মোৰ কণ্ঠ পৰীক্ষা

    শুধৰণিৰ খতিয়ান

    কৃতজ্ঞতা

    কণ্ঠলিপি · Kanthalipi Studio, সংস্কৰণ ৪.২ (Version 4.2)। অসমীয়া আৰু ইংৰাজী কণ্ঠ-লিখন, ফনেটিক কী-ব’ৰ্ড, বানান আৰু অভিধান।

    কণ্ঠলিপি ষ্টুডিঅ’: পৰিকল্পনা আৰু নিৰ্মাণ মৃণাল জ্যোতি গোস্বামী (Designed & created by Mrinal Jyoti Goswami)।

    লাচিত (lachit.org): বানান পৰীক্ষকৰ নিয়ম, অসমীয়া ফনেটিক কী-ব’ৰ্ডৰ নক্সা আৰু অভিধান। নিৰ্মাতা মৃদুল কুমাৰ শৰ্মা। বিনামূলীয়া সংস্কৰণত তেখেতৰ অনুমতিসাপেক্ষে ব্যৱহৃত; সকলো স্বত্ব লাচিতৰ।

    শব্দ ডট অৰ্গ (xobdo.org, XOBDO Team): অসমীয়া অভিধান। XOBDO.ORG-ৰ অনুমতিক্ৰমে অৰ্থ আৰু প্ৰতিশব্দ শব্দ ডট অৰ্গৰ API-ৰ পৰা দেখুওৱা হয়; প্ৰতিবাৰ শব্দ ডট অৰ্গৰ সম্পূৰ্ণ পৃষ্ঠাৰ লিংক থাকে।

    Shruti কণ্ঠ-চিনাক্তকৰণ মডেল: Udgam Labs, Apache-2.0।

    IndicConformer (AI4Bharat), ONNX ৰূপান্তৰ AAII: অসমীয়া কণ্ঠ-চিনাক্তকৰণ, CC-BY-4.0।

    IndicXlit (AI4Bharat), ONNX ৰূপান্তৰ AAII: ৰোমান-অসমীয়া লিপ্যন্তৰ, MIT।

    ONNX Runtime Web: Microsoft, MIT। ইংৰাজী অৰ্থ: Wiktionary (CC BY-SA 3.0), Free Dictionary API (dictionaryapi.dev)-ৰ জৰিয়তে। Noto ফণ্ট: Google, OFL।

    অনলাইন AI (ঐচ্ছিক): Google Gemini, ElevenLabs Scribe, Sarvam AI, Groq, OpenRouter, Mistral AI, Anthropic Claude, OpenAI। প্ৰতিজন ব্যৱহাৰকাৰীয়ে নিজৰ চাবিৰে, সেই সেৱাৰ চৰ্তাৱলী মানি ব্যৱহাৰ কৰে।