কণ্ঠলিপিKanthalipi
অসমীয়া আৰু ইংৰাজী কণ্ঠ-লিখন ষ্টুডিঅ’ · সহজ নিৰ্দেশিকাAssamese & English Voice Typing Studio · Simple Guide
AANK_A Creative Line-ৰ উদ্যোগসকলোৰে বাবে বিনামূলীয়া · Free for allapps.aank.org/kanthalipiopen in any browser
কথা কওক, লেখা ওলাব। এবাৰ খুলিলে ইণ্টাৰনেট নোহোৱাকৈও চলে। Safari, Chrome, Edge, Brave; Mac, Windows, iPhone, iPad আৰু Android-ত চলে।
১
খোলক আৰু এপ হিচাপে ৰাখকOpen & install
- Mac-ৰ Safari: File ▸ Add to Dock।
- iPhone, iPad: Share ▸ Add to Home Screen।
- Chrome, Edge, Android: ঠিকনা-বাৰৰ Install চিহ্ন।
২
কথা কওকDictate
- ভাষা বাছক: অসমীয়া, English বা মিশ্ৰিত।
- ৰঙা মাইক বুটাম বা F2 টিপি কওক; প্ৰতিটো বিৰতিত লেখা বহে।
- “দাঁড়ি”, “কমা চিহ্ন”, “নতুন শাৰী” ক’লে চিহ্ন বহে। MP3, M4A, WAV ফাইলো লিখি দিয়ে।
৩
তিনিটা ইঞ্জিনEngines
- অফলাইন: এই ডিভাইচতে চলে; প্ৰথমবাৰ ৫৩ MB এবাৰ ডাউনল’ড। কণ্ঠ বাহিৰলৈ নাযায়।
- লাইভ: ব্ৰাউজাৰৰ নিজা, লগে লগে লেখা; ইণ্টাৰনেট লাগে।
- অনলাইন AI: নিজৰ বিনামূলীয়া চাবিৰে আটাইতকৈ শুদ্ধ।
৪
কী-ব’ৰ্ডKeyboard
- লাচিত ফনেটিক আৰু ইনস্ক্ৰিপ্ট প্লাছ: লাচিতৰ নক্সা।
- ৰোমান: moi axomiya লিখিলে মই অসমীয়া হয়।
- নিজৰ কী-ব’ৰ্ড (Puberun, Ramdhenu) থাকিলে “বন্ধ” বাছক।
৫
বানান আৰু অভিধানSpelling & dictionary
- লাচিত বানান পৰীক্ষক: ভুল শব্দৰ তলত ঢৌৱা ৰেখা; ক্লিক কৰিলে শুদ্ধ ৰূপ।
- শব্দত দুবাৰ ক্লিক কৰিলে লাচিত, শব্দ ডট অৰ্গ আৰু ইংৰাজী অৰ্থ।
৬
শুদ্ধ কৰক আৰু AI মেনুPolish & AI
- শুদ্ধ কৰক: বানান, যতিচিহ্ন আৰু শুনাৰ ভুল শুধৰায়।
- AI মেনু: Claude, ChatGPT, Gemini, Copilot, Perplexity আদিত লেখাটো খোলে। চাবি নালাগে।
- বিদ্যায়তনিক ৰূপ, সাৰাংশ, ইংৰাজী অনুবাদ।
৭
বিনামূলীয়া AI চাবিFree keys
- ছেটিংছ ▸ অনলাইন AI-ত এটা চাবি পেষ্ট কৰক।
- Gemini: aistudio.google.com/apikey; আন: Groq, OpenRouter, Mistral।
- চাবি কেৱল আপোনাৰ ব্ৰাউজাৰত থাকে।
৮
সাঁচি থওক আৰু উলিয়াওকSave & export
- লেখা নিজে নিজে এই ব্ৰাউজাৰত সাঁচি থাকে।
- ডাউনল’ড: Word (.doc), লেখা (.txt), PDF বা প্ৰিণ্ট।
চমু চাবিF2 আৰম্ভ / ৰখাওকAlt+L ভাষাAlt+K কী-ব’ৰ্ডAlt+D অৰ্থCmd/Ctrl+S TXTCmd/Ctrl+Z আনডু