AANK_A Creative Line

BURHA LUIT

বুঢ়া লুইত

Show control for theatre: sound, pictures, video and surtitles from one cue listমঞ্চৰ বাবে ধ্বনি, ছবি, ভিডিঅ’ আৰু উপশিৰোনাম, একেখন কিউ তালিকাৰ পৰা

The first Assamese software of its kindএই ধৰণৰ প্ৰথম অসমীয়া চফ্টৱেৰ
Open BURHA LUITবুঢ়া লুইত খোলক Download the offline fileঅফলাইন ফাইলটো ডাউনল’ড কৰক

On iPhone or iPad: open this page in Safari, tap Share, then “Add to Home Screen”. Run the show itself from a laptop.iPhone বা iPad-ত: এই পৃষ্ঠাটো Safari-ত খোলক, Share টিপক, তাৰ পাছত “Add to Home Screen” বাছক। প্ৰদৰ্শনটো কিন্তু লেপটপৰ পৰাহে চলাওক।

One GO for everythingএটা GO-তে সকলো

Each cue can start music, show a video or picture and change the surtitle together. Edit sound with fades, levels and tone.প্ৰতিটো কিউৱে একেলগে সংগীত বজাব, ভিডিঅ’ বা ছবি দেখুৱাব আৰু উপশিৰোনাম সলনি কৰিব পাৰে। ফেড, মাত্ৰা আৰু টোনেৰে ধ্বনি সম্পাদনা কৰক।

Up to three projectorsতিনিটালৈকে প্ৰজেক্টৰ

Pictures, video and Assamese and English surtitles go to separate screens. Chrome and Edge place them on the projectors by themselves.ছবি, ভিডিঅ’ আৰু অসমীয়া-ইংৰাজী উপশিৰোনাম বেলেগ বেলেগ পৰ্দাত যায়। Chrome আৰু Edge-এ সেইবোৰ নিজে প্ৰজেক্টৰত স্থাপন কৰে।

The whole productionগোটেই প্ৰযোজনা

Scenes and acts, a production sheet with cast and crew, a rehearsal plan, and show reports that time every run.দৃশ্য আৰু অঙ্ক, অভিনয় শিল্পী আৰু নেপথ্যৰ দলসহ প্ৰযোজনা পত্ৰ, আখৰাৰ পৰিকল্পনা, আৰু প্ৰতিবাৰৰ সময়ৰ হিচাপসহ প্ৰদৰ্শনৰ প্ৰতিবেদন।

What you needকি লাগিব

  • A laptop or desktop computer (Windows, Mac or Linux) with Chrome or Edge. Other browsers work, with fewer features.Chrome বা Edge থকা লেপটপ বা কম্পিউটাৰ (Windows, Mac বা Linux)। আন ব্ৰাউজাৰতো চলে, কিন্তু কম সুবিধা থাকে।
  • Projectors connected with the display set to Extend, not Mirror.প্ৰজেক্টৰ সংযোগ কৰি ডিছপ্লে Mirror নহয়, Extend কৰক।
  • Sound to the mixer from the headphone socket or a USB sound card.হেডফোনৰ ছকেট বা USB চাউণ্ড কাৰ্ডৰ পৰা মিক্সাৰলৈ ধ্বনি।
  • Phones and tablets are good for checking a show and reading the cue sheet. Run the show itself from a computer.ফ’ন আৰু টেবলেটত প্ৰদৰ্শন চাব আৰু কিউ তালিকা পঢ়িব পাৰি। প্ৰদৰ্শনটো কিন্তু কম্পিউটাৰৰ পৰাহে চলাওক।

Web app or offline fileৱেব এপ নে অফলাইন ফাইল

Open it here, or install it: it then opens like an app and works without internet. The offline file does the same from any folder on a computer.ইয়াতে খোলক বা ইনষ্টল কৰক: তেতিয়া ই এপৰ দৰে খোলে আৰু ইণ্টাৰনেট নোহোৱাকৈও চলে। অফলাইন ফাইলটোৱেও কম্পিউটাৰৰ যিকোনো ফ’ল্ডাৰৰ পৰা একে কাম কৰে।

The portable folder adds start files for Windows, Mac and Linux. You need them only when the computer’s main browser is not Chrome or Edge: they open the offline file in Chrome or Edge for you.পৰ্টেবল ফ’ল্ডাৰটোত Windows, Mac আৰু Linux-ৰ বাবে Start ফাইল আছে। কম্পিউটাৰৰ মূল ব্ৰাউজাৰ Chrome বা Edge নহ’লেহে সেইবোৰ লাগে: সেইবোৰে অফলাইন ফাইলটো Chrome বা Edge-ত খুলি দিয়ে।

Works with the other AANK studiosAANK-ৰ আন ষ্টুডিঅ’ৰ লগত সংযোগ

Send a show to XUDHAKANTHA, the mother app, or to SILPA KUTIR, XUNPAKHILI, AAROHAN, SRINIBARAN and KUMSUNG. Open their work here: cast and crew fill the production sheet, scenes become scene headings and dialogue becomes surtitle cues.মূল এপ সুধাকণ্ঠ বা শিল্প কুটিৰ, সোণপখিলী, আৰোহণ, শ্ৰীনিবাৰণ আৰু কুমচুঙলৈ প্ৰদৰ্শন পঠিয়াব পাৰি। সেইবোৰৰ কাম ইয়াত খুলিলে অভিনয় শিল্পী আৰু নেপথ্যৰ দল প্ৰযোজনা-পত্ৰত অন্তৰ্ভুক্ত হয়, দৃশ্যবোৰ দৃশ্যৰ শিৰোনাম হয় আৰু সংলাপবোৰ উপশিৰোনাম কিউ হয়।

Your work stays on your deviceআপোনাৰ কাম আপোনাৰ ডিভাইচতে থাকে

Shows and media files are kept in this browser on this computer. Nothing is uploaded and no account is needed. Before every performance use File › Pack show with media to keep a copy with all the media.প্ৰদৰ্শন আৰু মিডিয়া ফাইল এই কম্পিউটাৰৰ ব্ৰাউজাৰতে থাকে। একো আপল’ড কৰা নহয়, একাউণ্টৰো প্ৰয়োজন নাই। প্ৰতিটো পৰিৱেশনৰ আগতে ফাইল মেনুৰ ‘মিডিয়াসহ গোটেইখিনি সংৰক্ষণ কৰক’ বাছি সকলো মিডিয়াসহ এটা প্ৰতিলিপি ৰাখক।

Guidesনিৰ্দেশিকা

In fond memory ofমৰমৰ স্মৃতিতLate Thaneswar Goswami (my father) and Late Arpan Bezbaruah (my uncle)মোৰ দেউতা স্বৰ্গীয় থানেশ্বৰ গোস্বামী আৰু খুড়া স্বৰ্গীয় অৰ্পণ বেজবৰুৱাৰ মৰমৰ স্মৃতিত

BURHA LUIT is free and will remain free. A Pro version with a few more advanced features is planned for later; it will be a paid edition.বুঢ়া লুইত বিনামূলীয়া, আৰু বিনামূলীয়াই থাকিব। আগন্তুক দিনত অলপ অধিক সুবিধাৰে এটা প্ৰ’ সংস্কৰণ আগবঢ়োৱাৰ পৰিকল্পনা আছে; সেই সংস্কৰণটো মূল্য দি ক্ৰয় কৰিব লাগিব।