AANK_A Creative Line

AAROHAN

আৰোহণ

Screenwriting and film production softwareচিত্ৰনাট্য আৰু চলচ্চিত্ৰ প্ৰযোজনাৰ চফ্টৱেৰ

The first Assamese software of its kindএই ধৰণৰ প্ৰথম অসমীয়া চফ্টৱেৰ
Open AAROHANআৰোহণ খোলক Download the offline fileঅফলাইন ফাইলটো ডাউনল’ড কৰক

On iPhone or iPad: open this page in Safari, tap Share, then “Add to Home Screen”.iPhone বা iPad-ত: এই পৃষ্ঠাটো Safari-ত খোলক, Share টিপক, তাৰ পাছত “Add to Home Screen” বাছক।

Write the screenplayচিত্ৰনাট্য লিখক

Nine screenplay elements with songs and lyrics, bilingual Assamese and English writing, automatic pages, revisions and draft history.গীত আৰু গীতৰ কথাসহ ন বিধ উপাদান, অসমীয়া আৰু ইংৰাজীত দ্বিভাষিক লিখনি, আপোনা-আপুনি পৃষ্ঠা, সংশোধন আৰু খচৰাৰ ইতিহাস।

Plan the productionপ্ৰযোজনাৰ পৰিকল্পনা

Breakdown, cast, stripboard schedule, day out of days, call sheets, shot list, storyboard, locations, crew and budget.ব্ৰেকডাউন, অভিনয় শিল্পী, ষ্ট্ৰিপব’ৰ্ড সূচী, শিল্পীৰ কামৰ দিন, কল শ্বীট, শ্বট তালিকা, ষ্ট’ৰীব’ৰ্ড, শ্বুটিঙৰ স্থান, কলা-কুশলী আৰু বাজেট।

Word, Fountain, Final Draftৱৰ্ড, Fountain, Final Draft

Open scripts typed in Word, Fountain or FDX; export PDF, Word, Fountain, FDX and the dialogue list.ৱৰ্ড, Fountain বা FDX-ত লিখা চিত্ৰনাট্য খোলক; PDF, ৱৰ্ড, Fountain, FDX আৰু সংলাপ তালিকা ৰপ্তানি কৰক।

Works with the other AANK studiosAANK-ৰ আন ষ্টুডিঅ’ৰ লগত সংযোগ

Send a screenplay to XUDHAKANTHA, the mother app, or to SILPA KUTIR, XUNPAKHILI, BURHA LUIT, SRINIBARAN and KUMSUNG, and open their work here as a new script.মূল এপ সুধাকণ্ঠ বা শিল্প কুটিৰ, সোণপখিলী, বুঢ়া লুইত, শ্ৰীনিবাৰণ আৰু কুমচুঙলৈ চিত্ৰনাট্য পঠিয়াব পাৰি, আৰু সেইবোৰৰ কাম ইয়াত নতুন চিত্ৰনাট্য হিচাপে খুলিব পাৰি।

Your work stays with youআপোনাৰ কাম আপোনাৰ হাততে

Everything you make is kept on this device. Nothing is uploaded and no account is needed. Save a project file now and then as a backup.আপুনি কৰা সকলো কাম এই ডিভাইচতে থাকে। একো আপল’ড কৰা নহয়, একাউণ্টৰো প্ৰয়োজন নাই। মাজে মাজে প্ৰকল্প-ফাইল সংৰক্ষণ কৰি বেকআপ ৰাখক।

Devicesডিভাইচ

Works on computers, Android and iPhone/iPad, in Chrome, Edge, Safari or Firefox. Phones are good for viewing and small changes; for full work use a laptop or desktop with Chrome or Edge.কম্পিউটাৰ, Android আৰু iPhone/iPad-ত Chrome, Edge, Safari বা Firefox-ত চলে। ফ’নত চোৱা আৰু সৰু-সুৰা সলনিৰ বাবে সুবিধাজনক; সম্পূৰ্ণ কামৰ বাবে Chrome বা Edge থকা লেপটপ বা কম্পিউটাৰ ব্যৱহাৰ কৰক।

Guidesনিৰ্দেশিকা

Samplesনমুনা

Dedicated to the memory ofউৎসৰ্গDr Bhabendra Nath Saikia (1932–2003)ড° ভবেন্দ্ৰনাথ শইকীয়া (১৯৩২–২০০৩)

A paid Pro version is planned for later. This version stays free.এই সংস্কৰণটো বিনামূলীয়া, আৰু বিনামূলীয়াই থাকিব। আগন্তুক দিনত অলপ অধিক সুবিধাৰে এটা প্ৰ’ সংস্কৰণ আগবঢ়োৱাৰ পৰিকল্পনা আছে। সেই সংস্কৰণটো মূল্য দি ক্ৰয় কৰিব লাগিব।