Digital Stage Blocking, Movement & Spatial Design Studioডিজিটেল মঞ্চ-ব্লকিং, গতি আৰু স্থানবিন্যাসৰ ষ্টুডিঅ’
On iPhone or iPad: open this page in Safari, tap Share, then “Add to Home Screen”.iPhone বা iPad-ত: এই পৃষ্ঠাটো Safari-ত খোলক, Share টিপক, তাৰ পাছত “Add to Home Screen” বাছক।
Place performers and scenery on a true-scale ground plan and draw their paths from cue to cue.প্ৰকৃত মাপৰ মঞ্চ-নক্সাত অভিনেতা আৰু দৃশ্যসজ্জা সজাওক, সংকেতৰ পৰা সংকেতলৈ গতিপথ আঁকক।
Proscenium, end stage, thrust, arena, traverse, black box, open air and Bhaona in the Namghar.মুখমঞ্চ, এণ্ড ষ্টেজ, প্ৰসাৰিত মঞ্চ, চৌদিশীয়া মঞ্চ, ট্ৰেভাৰ্ছ, ব্লেক বক্স, মুকলি মঞ্চ আৰু নামঘৰৰ ভাওনা।
Import Word or PDF scripts in Assamese or English, link lines to cues, print charts and the calling script.অসমীয়া বা ইংৰাজী নাট্যপাঠ ৱৰ্ড বা PDF-ৰ পৰা আনক, শাৰীবোৰ সংকেতৰ লগত সংযোগ কৰক, চিত্ৰ আৰু সংকেত-পাঠ ছপা কৰক।
Send a production to XUDHAKANTHA, the mother app, or to SILPA KUTIR, XUNPAKHILI, BURHA LUIT, AAROHAN and KUMSUNG, and open their work here.মূল এপ সুধাকণ্ঠ বা শিল্প কুটিৰ, সোণপখিলী, বুঢ়া লুইত, আৰোহণ আৰু কুমচুঙলৈ প্ৰযোজনা পঠিয়াব পাৰি, আৰু সেইবোৰৰ কাম ইয়াত খুলিব পাৰি।
Everything you make is kept on this device. Nothing is uploaded and no account is needed. Save a project file now and then as a backup.আপুনি কৰা সকলো কাম এই ডিভাইচতে থাকে। একো আপল’ড কৰা নহয়, একাউণ্টৰো প্ৰয়োজন নাই। মাজে মাজে প্ৰকল্প-ফাইল সংৰক্ষণ কৰি বেকআপ ৰাখক।
A paid Pro version is planned for later. This version stays free.এই সংস্কৰণটো বিনামূলীয়া, আৰু বিনামূলীয়াই থাকিব। আগন্তুক দিনত অলপ অধিক সুবিধাৰে এটা প্ৰ’ সংস্কৰণ আগবঢ়োৱাৰ পৰিকল্পনা আছে। সেই সংস্কৰণটো মূল্য দি ক্ৰয় কৰিব লাগিব।