AANK_A Creative Line

KUMSUNG

কুমচুং

Theatre, Film & Performance Archiveথিয়েটাৰ, চলচ্চিত্ৰ আৰু পৰিৱেশনৰ অভিলেখাগাৰ

A Granary of Creative Memoryসৃষ্টিশীল স্মৃতিৰ ভঁৰাল

The first Assamese software of its kindএই ধৰণৰ প্ৰথম অসমীয়া চফ্টৱেৰ
Open KUMSUNGকুমচুং খোলক Download the offline fileঅফলাইন ফাইলটো ডাউনল’ড কৰক

On iPhone or iPad: open this page in Safari, tap Share, then “Add to Home Screen”.iPhone বা iPad-ত: এই পৃষ্ঠাটো Safari-ত খোলক, Share টিপক, তাৰ পাছত “Add to Home Screen” বাছক।

The whole creative historyসম্পূৰ্ণ সৃষ্টিশীল ইতিহাস

Productions with their credits, people, groups, festivals, oral histories, a timeline and research notes.শিল্পী-কলাকুশলীৰ নামসহ প্ৰযোজনা, ব্যক্তি, দল, উৎসৱ, মৌখিক ইতিহাস, কালানুক্ৰম আৰু গৱেষণাৰ টোকা।

Bring everything inসকলো আমদানি কৰক

Scripts, posters, photographs, audio and video, whole folders, Excel lists, and the work of every AANK app.নাট্যপাঠ, পোষ্টাৰ, আলোকচিত্ৰ, অডিঅ’ আৰু ভিডিঅ’, গোটেই ফ’ল্ডাৰ, Excel-ৰ তালিকা আৰু AANK-ৰ প্ৰতিটো এপৰ কাম।

Kept safe, checkedসুৰক্ষিত আৰু পৰীক্ষিত

Every file gets a SHA-256 fingerprint. A full backup is an ordinary ZIP you can open even without the app.প্ৰতিটো ফাইলৰ SHA-256 চিনাকি-চিহ্ন থাকে। সম্পূৰ্ণ বেকআপটো এটা সাধাৰণ ZIP ফাইল; এপ নোহোৱাকৈও ইয়াক খুলিব পাৰি।

Keeps the work of every AANK studioকুমচুঙে AANK-ৰ প্ৰতিটো ষ্টুডিঅ’ৰ কাম সংৰক্ষণ কৰে

Open the .aank and project files saved in XUDHAKANTHA, the mother app, and in SILPA KUTIR, XUNPAKHILI, BURHA LUIT, AAROHAN and SRINIBARAN. Send a production back to any of the theatre and film apps.মূল এপ সুধাকণ্ঠ আৰু শিল্প কুটিৰ, সোণপখিলী, বুঢ়া লুইত, আৰোহণ আৰু শ্ৰীনিবাৰণত সংৰক্ষণ কৰা .aank আৰু প্ৰকল্প-ফাইল খুলিব পাৰি। নাটক আৰু চলচ্চিত্ৰৰ যিকোনো এপলৈ প্ৰযোজনা ঘূৰাই পঠিয়াব পাৰি।

Your archive stays with youআপোনাৰ অভিলেখাগাৰ আপোনাৰ হাততে

Everything is kept on this device. Nothing is sent to the internet and no account is needed. Save a .kumsung backup regularly and keep copies in two places.সকলো এই ডিভাইচতে থাকে। একো ইণ্টাৰনেটলৈ পঠিওৱা নহয়, একাউণ্টৰো প্ৰয়োজন নাই। নিয়মিতভাৱে .kumsung বেকআপ সংৰক্ষণ কৰক আৰু দুটা ঠাইত প্ৰতিলিপি ৰাখক।

Phones are good for looking through the archive and small changes. For bringing in many files and making backups, use a laptop or desktop with Chrome or Edge.অভিলেখাগাৰ চাবলৈ আৰু সৰু-সুৰা সাল-সলনি কৰিবলৈ ফ’ন সুবিধাজনক। বহুতো ফাইল আমদানি কৰিবলৈ আৰু বেকআপ ল’বলৈ Chrome বা Edge থকা লেপটপ বা ডেস্কটপ কম্পিউটাৰ ব্যৱহাৰ কৰক।

Guides and downloadsনিৰ্দেশিকা আৰু ডাউনল’ড

In loving memory ofউৎসৰ্গBina Prova Doley Goswami and Devalota Gogoiবীণা প্ৰভা দলে গোস্বামী আৰু দেৱলতা গগৈৰ স্নেহস্মৃতিতMade in memory of two loving mothers, in the hope that their love lives on in every memory we keep with care and every story we preserve.দুগৰাকী স্নেহময়ী মাতৃৰ স্মৃতিত নিৰ্মিত; তেখেতসকলৰ মৰম আমি সযতনে ৰখা প্ৰতিটো স্মৃতি আৰু সংৰক্ষণ কৰা প্ৰতিটো কাহিনীতে চিৰজীৱী হৈ থাকক, তাৰ আশাৰে।

KUMSUNG is free and will stay free. A paid Pro version with a few more advanced features is planned for later.কুমচুং বিনামূলীয়া, আৰু বিনামূলীয়াই থাকিব। আগন্তুক দিনত অলপ অধিক সুবিধাৰে এটা প্ৰ’ সংস্কৰণ আগবঢ়োৱাৰ পৰিকল্পনা আছে। সেই সংস্কৰণটো মূল্য দি ক্ৰয় কৰিব লাগিব।