AANK_A Creative Line
XUDHAKANTHA mark, draft 1: Bhupen da’s cap, three-quarter view
Mother app · AANK theatre studiosAANK নাট্য ষ্টুডিঅ’সমূহৰ মূল এপ

XUDHAKANTHA

সুধাকণ্ঠ

Director's Digital Notebookপৰিচালকৰ ডিজিটেল টোকাবহী

The first Assamese software of its kindএই ধৰণৰ প্ৰথম অসমীয়া চফ্টৱেৰ
Open XUDHAKANTHAসুধাকণ্ঠ খোলক Download the offline fileঅফলাইন ফাইলটো ডাউনল’ড কৰক 1.8 MB

On iPhone or iPad: open this page in Safari, tap Share, then “Add to Home Screen”.iPhone বা iPad-ত: এই পৃষ্ঠাটো Safari-ত খোলক, Share টিপক, তাৰ পিছত ‘Add to Home Screen’ বাছক।

One production, gathered from six studiosছটা ষ্টুডিঅ’ৰ কাম, একেটা প্ৰযোজনাত

SILPA KUTIR, XUNPAKHILI, BURHA LUIT, AAROHAN, SRINIBARAN and KUMSUNG send their work to XUDHAKANTHA, which keeps the whole production together. Send it back to any of them with “Send to…”.শিল্প কুটিৰ, সোণপখিলী, বুঢ়া লুইত, আৰোহণ, শ্ৰীনিবাৰণ আৰু কুমচুঙে নিজৰ কাম সুধাকণ্ঠলৈ পঠিয়ায়; সুধাকণ্ঠই সম্পূৰ্ণ প্ৰযোজনাটো একেলগে ৰাখে। ‘পঠিয়াওক…’ টিপি যিকোনো এটালৈ ঘূৰাই পঠিয়াব পাৰি।

Script and notesনাট্যপাঠ আৰু টোকা

Scenes, the script with pinned director’s notes, PDF or photographed script pages, characters and cast.দৃশ্য, পৰিচালকৰ টোকাসহ নাট্যপাঠ, PDF বা ফটো তোলা পৃষ্ঠা, চৰিত্ৰ আৰু অভিনেতা।

Stage and blockingমঞ্চ আৰু চলন

Ground plan and 3D for proscenium, thrust, arena, black box, open air and the Namghar, with blocking beats.প্ৰছেনিয়াম, থ্ৰাষ্ট, এৰিনা, ব্লেক বক্স, মুকলি ঠাই আৰু নামঘৰৰ মঞ্চ-নক্সা আৰু ত্ৰিমাত্ৰিক দৃশ্য, চলনৰ খণ্ডসহ।

Rehearsal to performanceআখৰাৰ পৰা মঞ্চায়নলৈ

Rehearsal diary, lighting plot, cue sheets, design lists, performance history and reports in Word, Excel and PDF.আখৰাৰ দিনলিপি, পোহৰৰ নক্সা, সংকেত-তালিকা, পৰিকল্পনাৰ তালিকা, মঞ্চায়নৰ ইতিহাস, Word, Excel আৰু PDF প্ৰতিবেদন।

Devicesডিভাইচ

Your work stays on your deviceআপোনাৰ কাম আপোনাৰ ডিভাইচতে থাকে

Everything you make is kept on this device. Nothing is uploaded and no account is needed. The app keeps automatic backups; save a .ddn file now and then as well.আপুনি কৰা সকলো কাম এই ডিভাইচতে থাকে। একো আপল’ড কৰা নহয়, একাউণ্টৰো প্ৰয়োজন নাই। এপটোৱে নিজে বেকআপ ৰাখে; তথাপি মাজে মাজে .ddn ফাইল সংৰক্ষণ কৰক।

Guidesনিৰ্দেশিকা

Downloadsডাউনল’ড

Dedicated in commemoration of the birth centenary ofজন্মশতবাৰ্ষিকী উপলক্ষে উৎসৰ্গিতBharat Ratna Sudhakantha Dr Bhupen Hazarika (1926–2011)ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকা (১৯২৬–২০১১)

XUDHAKANTHA is free and will remain free. A Pro version with a few more advanced features may follow later as a paid edition.সুধাকণ্ঠ বিনামূলীয়া, আৰু বিনামূলীয়াই থাকিব। পিছলৈ অলপ অধিক সুবিধাৰে এটা মূল্যযুক্ত প্ৰ’ সংস্কৰণ আহিব পাৰে।