Actor’s Digital Studio: from text to performanceঅভিনেতাৰ ডিজিটেল ষ্টুডিঅ’: নাট্যপাঠৰ পৰা পৰিৱেশনলৈ
On iPhone or iPad: open this page in Safari, tap Share, then “Add to Home Screen”.iPhone বা iPad-ত: এই পৃষ্ঠাটো Safari-ত খোলক, Share টিপক, তাৰ পাছত “Add to Home Screen” বাছক।
Bring in the script from Word, a text file, a paste or another AANK app. Your lines, your cues and the directions that name you stand out.Word, পাঠ-ফাইল, পেষ্ট বা AANK-ৰ আন এপৰ পৰা নাট্যপাঠ আনক। আপোনাৰ সংলাপ, সংকেত আৰু আপোনাৰ নাম থকা মঞ্চ-নিৰ্দেশনা সুকীয়াকৈ দেখা যায়।
Given circumstances, events, the super-objective, objectives and beats, subtext, relationships, and the evidence for every choice.প্ৰদত্ত পৰিস্থিতি, ঘটনা, পৰম উদ্দেশ্য, উদ্দেশ্য আৰু বিট, অন্তৰ্নিহিত অৰ্থ, সম্পৰ্ক, আৰু প্ৰতিটো সিদ্ধান্তৰ সাক্ষ্য।
Drill your lines on cues, type them from memory, or run the scene with your partners’ recorded cues. Spaced practice brings back the scenes you are losing.সংকেত চাই সংলাপ কওক, স্মৃতিৰ পৰা লিখক, বা ৰেকৰ্ড কৰা সহ-অভিনেতাৰ সংকেতৰ সৈতে দৃশ্য চলাওক। পাহৰিবলৈ ধৰা দৃশ্যবোৰ ব্যৱধানযুক্ত অনুশীলনে আকৌ সন্মুখলৈ আনে।
From Stanislavski, Chekhov and the Natyashastra to Bhaona, Meisner, Laban, Brecht, Grotowski and Thang-ta, each with its own worksheet.ষ্টানিস্লাভস্কি, চেখভ আৰু নাট্যশাস্ত্ৰৰ পৰা ভাওনা, মেইজনাৰ, লাবান, ব্ৰেখ্ট, গ্ৰ’টোৱস্কি আৰু থাং-টালৈকে; প্ৰতিটোৰে নিজা কাৰ্যপত্ৰ আছে।
A rehearsal journal, shows and tour with call times, a pre-show checklist, cues to remember, and notes for screen acting.আখৰাৰ দিনলিপি, উপস্থিতিৰ সময়সহ মঞ্চায়ন আৰু ভ্ৰমণ, মঞ্চায়নৰ আগৰ তালিকা, মনত ৰাখিবলগীয়া সংকেত, আৰু চলচ্চিত্ৰ-অভিনয়ৰ টোকা।
Leaving the role after a show, voice care, agreements for intimate and fight scenes, a PIN for private pages, and a printable Role Book and résumé.মঞ্চায়নৰ পাছত চৰিত্ৰৰ পৰা ওলাই অহা, কণ্ঠৰ যত্ন, অন্তৰংগ আৰু মাৰপিটৰ দৃশ্যৰ সন্মতি, ব্যক্তিগত পৃষ্ঠাৰ বাবে পিন, আৰু ছপা কৰিব পৰা চৰিত্ৰ-পুথি আৰু জীৱন-বৃত্তান্ত।
Student mode explains every page. Professional mode keeps the pages clean. The demo, Eréndira’s Metamorphosis, opens in English or in Assamese so you can see a role prepared from start to finish.শিক্ষাৰ্থী অৱস্থাত প্ৰতিটো পৃষ্ঠাত দিহা-পৰামৰ্শ থাকে। পেছাদাৰী অৱস্থাত পৃষ্ঠাবোৰ পৰিষ্কাৰ থাকে। নমুনা নাটক ‘এৰেণ্ডিৰাচ মেটামৰ্ফচিচ’ ইংৰাজী বা অসমীয়াত খুলিব পাৰি; তাত এটা চৰিত্ৰৰ প্ৰস্তুতি আৰম্ভণিৰ পৰা শেষলৈ চাব পাৰি।
Open a script from XUDHAKANTHA, the mother app, or from SRINIBARAN and AAROHAN, and send your preparation back. On aank.org the work moves across at once; elsewhere it travels as an .aank file.মূল এপ সুধাকণ্ঠ, শ্ৰীনিবাৰণ বা আৰোহণৰ পৰা নাট্যপাঠ খুলিব পাৰি, আৰু নিজৰ প্ৰস্তুতি ঘূৰাই পঠিয়াব পাৰি। aank.org-ত কাম লগে লগে আনটো এপলৈ যায়; আন ঠাইত .aank ফাইল হিচাপে যায়।
Everything is kept on this device. Nothing is uploaded and no account is needed. Save a .siraj project file regularly and keep copies in two places.সকলো এই ডিভাইচতে থাকে। একো আপলোড কৰা নহয়, একাউণ্টৰো প্ৰয়োজন নাই। নিয়মিতভাৱে .siraj প্ৰকল্প-ফাইল সংৰক্ষণ কৰক আৰু দুটা ঠাইত প্ৰতিলিপি ৰাখক।
Phones are good for learning lines and checking notes before a show. For bringing in a script and printing the Role Book, use a laptop or desktop with Chrome or Edge.সংলাপ মুখস্থ কৰিবলৈ আৰু মঞ্চায়নৰ আগতে টোকা চাবলৈ ফ’ন সুবিধাজনক। নাট্যপাঠ আনিবলৈ আৰু চৰিত্ৰ-পুথি ছপা কৰিবলৈ Chrome বা Edge থকা লেপটপ বা ডেস্কটপ কম্পিউটাৰ ব্যৱহাৰ কৰক।
SIRAJ is free and will remain free. We plan to offer a Pro version later, with a few more advanced features. The Pro version will be a paid edition.চিৰাজৰ এই সংস্কৰণটো বিনামূলীয়া, আৰু বিনামূলীয়াই থাকিব। আগন্তুক দিনত অলপ অধিক সুবিধাৰে এটা প্ৰ’ সংস্কৰণ আগবঢ়োৱাৰ পৰিকল্পনা আছে। সেই সংস্কৰণটো মূল্য দি ক্ৰয় কৰিব লাগিব।
Feedback and suggestions:মতামত আৰু পৰামৰ্শ: [email protected]