JADUMONI's CRAFT STUDIO
যদুমণিৰ ক্ৰাফ্ট ষ্টুডিঅ’
Try it with the demo production, Ram Vijaya:নমুনা প্ৰযোজনা ‘ৰাম বিজয়’ৰে চাই লওক: English · অসমীয়া
On iPhone or iPad: open this page in Safari, tap Share, then “Add to Home Screen”. The app then opens from your Home Screen and works without internet.iPhone বা iPad-ত: এই পৃষ্ঠাটো Safari-ত খোলক, Share টিপক, তাৰ পাছত ‘Add to Home Screen’ বাছি লওক। তেতিয়া এপটো Home Screen-ৰ পৰা খুলিব আৰু ইণ্টাৰনেট নোহোৱাকৈও চলিব।
Lay out flats, platforms, steps and wagons on a true-scale plan, walk round the set in 3D, and print card models for the model box.প্ৰকৃত জোখৰ নক্সাত ফ্লেট, প্লেটফৰ্ম, খটখটি আৰু চকাযুক্ত প্লেটফৰ্ম সজাওক, 3D-ত মঞ্চখন ঘূৰি চাওক, আৰু আৰ্হি-বাকচৰ বাবে কাগজৰ আৰ্হি প্ৰিণ্ট কৰক।
Build props in 3D, dress a figure made from the artist’s measurements, see Sattra masks in 3D and plan the make-up.3D-ত মঞ্চ-সামগ্ৰী গঢ়ক, শিল্পীৰ জোখেৰে গঢ়া আৰ্হিত সাজ পিন্ধাওক, সত্ৰীয়া মুখা 3D-ত চাওক আৰু ৰূপসজ্জা পৰিকল্পনা কৰক।
Draw and paint costume and set designs, keep every item on a build schedule, and cost the work from your local prices.সাজ আৰু মঞ্চসজ্জাৰ নক্সা আঁকক আৰু ৰং কৰক, প্ৰতিটো বস্তু নিৰ্মাণৰ সময়সূচীত ৰাখক, আৰু স্থানীয় দামেৰে খৰচৰ হিচাপ কৰক।
Send a production to XUDHAKANTHA, the mother app, or to SRINIBARAN, XUNPAKHILI, BURHA LUIT, AAROHAN and KUMSUNG, and open their work here: characters, scenes and the stage size come across.মূল এপ সুধাকণ্ঠ বা শ্ৰীনিবাৰণ, সোণপখিলী, বুঢ়া লুইত, আৰোহণ আৰু কুমচুঙলৈ প্ৰযোজনা পঠিয়াব পাৰি, আৰু সেইবোৰৰ কাম ইয়াত খুলিব পাৰি: চৰিত্ৰ, দৃশ্য আৰু মঞ্চৰ জোখ একেলগে আহে।
Everything you make is kept on this device. Nothing is uploaded and no account is needed. Five automatic backups are kept, and Save file gives you a copy to keep.আপুনি কৰা সকলো কাম এই ডিভাইচতে থাকে। একো আপল’ড কৰা নহয়, একাউণ্টৰো প্ৰয়োজন নাই। পাঁচটা স্বয়ংক্ৰিয় বেকআপ থাকে, আৰু ‘ফাইল সংৰক্ষণ কৰক’ৰে ৰাখিব পৰা এটা প্ৰতিলিপি পায়।

SILPA KUTIR is free and will remain free. A Pro version with a few more advanced features is planned for later; it will be a paid edition.শিল্প কুটিৰ বিনামূলীয়া, আৰু বিনামূলীয়াই থাকিব। পিছলৈ অলপ অধিক সুবিধাৰে এটা প্ৰ’ সংস্কৰণ আগবঢ়োৱাৰ পৰিকল্পনা আছে। সেই সংস্কৰণটো মূল্য দি ক্ৰয় কৰিব লাগিব।